Traditional Assamese boiled dish of Banana flower and pork with peppercorn

Ingredients:

Pork—half kg

Banana flower—half

Long Coriander—1 whole plant (chopped)

Pumpkin—4 medium pieces

Salt—to taste

Turmeric—as required

Coarsely pounded peppercorn—2 table spoon/ or use king chilli half piece if peppercorn is not available

Bay leaf—1

Garlic—10 cloves

Ginger—1 medium piece

Onion—2 (chopped)

Lemon juice—1 tea spoon

Hot water—1.5 litre

Method:

Clean and wash the banana flower. Use half of the banana flower. Chop finely.

Boil the meat for 20 minutes. Add the lemon juice while boiling.

Crush the ginger and garlic. You can crush the peppercorns along with ginger and garlic

Our ingredients are now ready, cleaned, chopped, crushed and boiled

Now transfer all the ingredients to a kadhai.

Place the kadhai on the stove by adding 1.5 litre hot water

Cover the kadhai and boil for one hour or more on high flame

Serve hot with rice. You will relish this dish.

অসমীয়া পৰম্পৰাগত স্বাস্হ্যসন্মত কলডিলেৰে গাহৰি মাংস জালুকীয়া
__________________________
উপকৰণঃ
গাহৰি মাংস –১/২ কেজি
কলডিল–১টুকুৰা
মানধনিয়া–এজোপা
ৰঙালাউ–৪টুকুৰা
নিমখ-হালধি-জোখত
আধা খুন্দা জালুক–২টেবুল চামুচ //নতুবা
ভোট জলকীয়া এটুকুৰা
তেজপাত –এখিলা
নহৰু–১০কোঁহ
আদা-১টুকুৰা
পিয়াজ–দুটা
নেমু ৰস–১চামুচ
প্ৰণালীঃ মাংস প্ৰথমতে ২০মিনিট নেমুৰস দি উতলাই পানীৰ পৰা কাঢ়ি পেলাব ।
কলডিল টুকুৰা সৰু সৰুকৈ কুটি ল’ব।পিয়াজ দুটা কাটি ল’ব ।নহৰু-আদা -জালুক থেতেলিয়া ল’ব।মাবধনিয়া কাটি ল’ব ।এতিয়া ডাঙৰ কেৰাহিত সিদ্ধ গাহৰি মাংস,ৰঙালাউ ,নিমখ হালধি,আদা ,
নহৰু,পিয়াজ,তেজপাত,জালুক,মানধনিয়া ,কলডিল ডেৰলিটাৰ গৰম পানী দি উতলাই থাকক ।জুই বঢ়াই
থ’ব ।১ঘণ্টা বেচি জুইত উতলাই থাকিলে কোমল হৈ পৰে ।নমাই পৰিবেশন কৰক ।তেলবিহীন এইবিধ জুতি স্বাস্হ্য বাবে উপকাৰী ৰেচিপি ।অসমীয়া পৰম্পৰাগত ব্যঞ্জন অকল জুতি নহয় ;স্বাস্হ্য বিষয়ে গুৰুত্ব দি ৰান্ধে ।কলডিলৰ বহুতো ঔষধি গুণ আছে । কলডিল নিয়মিত খালে কিমান উপকাৰ হয় সেয়া আমি ভাবিবই নোৱাৰো । কলডিলে তেজ শোধন কৰে,তেজ বঢ়ায় ,অৰুচি দূৰ কৰে ।মধুমেহ ৰোগীয়ে কলডিল নিয়মিত খাব লাগে বলকাৰক,গ্ৰহণী,ক্ৰিমি আদিৰ বাবেও সু-পথ্য । জালুক,মানধনিয়া ,নহৰু,আদা আদিও স্বাস্হ্যৰ বাবে অতি প্ৰয়োজনীয় উপকৰণ ।

5 Comments on “Traditional Assamese boiled dish of Banana flower and pork with peppercorn

Leave a Reply

Your email address will not be published. Required fields are marked *